అర్థం : নেমু প্রজাতিৰ এবিধ সুগন্ধি, ৰসাল আৰু মিঠা সোৱাদযুক্ত ফল
							ఉదాహరణ : 
							তেওঁ ্সদায় কমলাৰ ৰস খায়
							
పర్యాయపదాలు : কমলা টেঙা
అర్థం : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
							ఉదాహరణ : 
							চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
							
పర్యాయపదాలు : কমলা ৰং, সুমথিৰা, সুমথিৰা ৰং
అర్థం : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
							ఉదాహరణ : 
							কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
							
పర్యాయపదాలు : কমলা গছ, সুমথিৰা, সুমথিৰা গছ, সোণতৰা গছ