అర్థం : গোল ফল লগা এবিধ চিৰসেউজীয়া গছ
							ఉదాహరణ : 
							কদম গছৰ তলত শ্রীকৃষ্ণই বাঁহী বজাইছিল
							
పర్యాయపదాలు : কদম্ব
అర్థం : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
							ఉదాహరణ : 
							তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
							
పర్యాయపదాలు : খোজ
అర్థం : এটা খোজেৰে ঠিক কৰা দূৰত্ব
							ఉదాహరణ : 
							মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
							
పర్యాయపదాలు : খোজ