అర్థం : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য
							ఉదాహరణ : 
							মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
							
పర్యాయపదాలు : কলম দিয়া
అర్థం : কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা
							ఉదాహరణ : 
							পাচলি কাটি আছে
							
అర్థం : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য
							ఉదాహరణ : 
							মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
							
పర్యాయపదాలు : কলম দিয়া
అర్థం : কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য
							ఉదాహరణ : 
							মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে  নাপিতে তেওঁৰ চুলি কাটিলে
							
అర్థం : কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য
							ఉదాహరణ : 
							শিক্ষকে ভুল উত্তৰটো কাটিলে
							
అర్థం : কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা
							ఉదాహరణ : 
							গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে
							
అర్థం : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে
							ఉదాహరణ : 
							
							
పర్యాయపదాలు : কলম দিয়া
అర్థం : কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা
							ఉదాహరణ : 
							জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে