అర్థం : দেহত এক শিহৰণ অনুভৱ কৰা
							ఉదాహరణ : 
							ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে
							
పర్యాయపదాలు : কঁপনি উঠা, কঁপি-জপি থকা, কম্পন হোৱা, কম্পিত হোৱা
అర్థం : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
							ఉదాహరణ : 
							উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
							
పర్యాయపదాలు : কঁপিবলৈ ধৰা, কম্পিত হোৱা, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা