అర్థం : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
							ఉదాహరణ : 
							সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
							
పర్యాయపదాలు : লগোৱা
అర్థం : কাম সম্পূর্ণ ্কৰাত পলম কৰা কার্য
							ఉదాహరణ : 
							নিশ্চয় ্তেওঁৱেই মোৰ কামটো ওলোমাই থৈছে