అర్థం : কোনো এক বিষয়ত লীন বা মজি থকা কার্য বা ভাব
							ఉదాహరణ : 
							তেওঁ একনিষ্ঠতাৰে ভগৱানৰ ধ্যান কৰে
							
పర్యాయపదాలు : একনিষ্ঠতা
అర్థం : ধ্যানেৰে পূর্ণ ্ অৱস্থা বা ভাব
							ఉదాహరణ : 
							সৰিতাই সকলো কাম একাগ্রতাৰে কৰে
							
పర్యాయపదాలు : একাগ্রচিত্ততা, একাগ্রতা, ঐকান্তিকতা, দৃঢ়তা, ধ্যানপূর্ণত্া, নিবিষ্টচিত্ততা, নিবিষ্টতা, মগ্নতা, মনোযোগ