అర్థం : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা
							ఉదాహరణ : 
							তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে
							
అర్థం : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
							ఉదాహరణ : 
							কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
							
పర్యాయపదాలు : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া
అర్థం : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা
							ఉదాహరణ : 
							মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে
							
పర్యాయపదాలు : বাহিৰ কৰা
అర్థం : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য
							ఉదాహరణ : 
							চৰকাৰে নতুন ডাক টিকট উলিয়ালে
							
అర్థం : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য
							ఉదాహరణ : 
							নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে
							
అర్థం : লৈ যোৱা
							ఉదాహరణ : 
							বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে
							
అర్థం : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা
							ఉదాహరణ : 
							টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে
							
పర్యాయపదాలు : আৱিষ্কৃত কৰা
అర్థం : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা
							ఉదాహరణ : 
							তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে
							
అర్థం : বাহিৰ কৰা
							ఉదాహరణ : 
							তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে
							
అర్థం : বিচাৰি সন্মুখত ৰখা কার্য
							ఉదాహరణ : 
							পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
							
పర్యాయపదాలు : হস্তগত কৰা
అర్థం : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ
							ఉదాహరణ : 
							এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল
							
పర్యాయపదాలు : আৱিষ্কাৰ কৰা