అర్థం : দুটা বস্তুৰ মাজত প্রভেদ থকাৰ পিছতো সমান বুলি দর্শোৱা সাহিত্যৰ এবিধ অলংকাৰ
							ఉదాహరణ : 
							চন্দ্রৰ নিচিনা মুখ-ত উপমা অলংকাৰ আছে
							
పర్యాయపదాలు : উপমা অলংকাৰ, উপমালংকাৰ
అర్థం : কোনো বস্তু, কাম বা গুণৰ আন বস্তু, কাম বা গুণৰ সৈতে একে বুলি কোৱা কার্য
							ఉదాహరణ : 
							ধুনীয়া মহিলাক চন্দ্রৰ উপমা দিয়া হয়