అర్థం : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
							ఉదాహరణ : 
							ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
							
పర్యాయపదాలు : পোৱা
అర్థం : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
							ఉదాహరణ : 
							অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
							
పర్యాయపదాలు : পোৱা
అర్థం : অভিপ্রায় বা আশয় বুজি পোৱা
							ఉదాహరణ : 
							মই অতি কষ্ট কৰিহে এই কথালৈকে আহি উপনীত হৈছোঁ