అర్థం : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
							ఉదాహరణ : 
							সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
							
పర్యాయపదాలు : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে