అర్థం : যিজন বহল হৃদয়ৰ
							ఉదాహరణ : 
							উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল
							
పర్యాయపదాలు : উদাৰ, উদাৰচেতীয়া, দিলদাৰ
అర్థం : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
							ఉదాహరణ : 
							সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
							
పర్యాయపదాలు : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে