అర్థం : উৎপন্ন হোৱা
							ఉదాహరణ : 
							যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে
							
పర్యాయపదాలు : অহা
అర్థం : কাম-বন শেষ হোৱা
							ఉదాహరణ : 
							সভাখন উঠি গʼল  বজাৰ উঠি গʼল
							
పర్యాయపదాలు : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা
అర్థం : হিচাপত অহা বা সোমোৱা এক অৱস্থা
							ఉదాహరణ : 
							এক কিলোত মাত্র পাঁচটা আম উঠিল
							
అర్థం : তলৰ পৰা ওপৰৰফালে যোৱা
							ఉదాహరణ : 
							ককা-দেউতাই এতিয়াও আনন্দেৰে খটখটিত উঠিব পাৰে
							
పర్యాయపదాలు : বগোৱা
అర్థం : ঠেং বা ভৰিত ভৰ দি শৰীৰ পোন কৰা কার্য:নেতাজীয়ে ভাষণ দিবলৈ উঠিলে
							ఉదాహరణ : 
							
							
పర్యాయపదాలు : থিয় হোৱা
అర్థం : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি
							ఉదాహరణ : 
							পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে
							
పర్యాయపదాలు : ওখ হোৱা
అర్థం : কোনো চিহ্ন আদি ওলাই অহা
							ఉదాహరణ : 
							অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে
							
అర్థం : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
							ఉదాహరణ : 
							কালিৰ পৰা গাইজনী জাগিছে
							
పర్యాయపదాలు : জাগা
అర్థం : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া
							ఉదాహరణ : 
							নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে
							
అర్థం : মনলৈ অহা বা ধ্যানত উদয় হোৱা
							ఉదాహరణ : 
							মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?
							
అర్థం : ওপৰলৈ যোৱা বা বগোৱা
							ఉదాహరణ : 
							সূর্য ্লাহে-লাহে উঠি আছে