అర్థం : বিশ্বাস আদি ভাৱনাবোৰ স্থিৰ হৈ নথকা
							ఉదాహరణ : 
							এনেকুৱা পৰিস্থিত লʼৰাবোৰৰ আত্মবিশ্বাসত উগুল-থুগুল লাগে
							
పర్యాయపదాలు : অস্থিৰ হোৱা
అర్థం : কাৰোবাৰ মনত কোনো কথাৰ ইচ্ছা বা উৎকণ্ঠা জগোৱা
							ఉదాహరణ : 
							দাদা বিদেশৰ পৰা উভতি অহাৰ খবৰ শুনি নবৌৰ মনটো উগুল-থুগুল লাগিল