అర్థం : ইণ্ডোনেছিয়াৰ অধিবাসী
							ఉదాహరణ : 
							যোৱা বছৰ অহা ছুনামিত সকলোতকৈ বেছি ইণ্ডোনেছিয়ানসকল প্রভাৱিত হৈছিল
							
పర్యాయపదాలు : ইণ্ডোনেছিয়ান বাসী, ইণ্ডোনেছিয়ান-বাসী, ইণ্ডোনেছিয়ানবাসী
అర్థం : ইণ্ডোনেছিয়াৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							ৰবীন্দ্রনাথে নিজ বোৱাৰী প্রতীমা দেৱীক ইণ্ডোনেছিয়ান কলা শিকিবৰ কাৰণে ইণ্ডোনেছিয়ালৈ পঠিয়াইছিল