అర్థం : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ
							ఉదాహరణ : 
							ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল
							
పర్యాయపదాలు : কল, চলন যন্ত্র, মেচিন, যন্ত্র
అర్థం : দবাৰ আগফালে সংযোগ কৰি ৰেলগাড়ীক টানি লৈ যোৱা গাড়ী
							ఉదాహరణ : 
							ৰেলগাড়ীত ইঞ্জিন লগাই আছে
							
పర్యాయపదాలు : চালক যন্ত্র, চালকযন্ত্র