అర్థం : যʼত ইচ্ছা নাথাকে
							ఉదాహరణ : 
							ইচ্ছাহীন লোকৰ জীৱন শান্তিৰে পাৰ হয়
							
పర్యాయపదాలు : অকাম, আকাংক্ষাহীন, নিষ্কাম
అర్థం : ইচ্ছা নাইকিয়া হৈ যোৱা বা যিটো ইপ্সিত নহয়
							ఉదాహరణ : 
							কেতিয়াবা কেতিয়াবা কোনো অবাঞ্ছিত বস্তুৰ প্রাপ্তি আনন্দদায়ক হৈ পৰে
							
పర్యాయపదాలు : অকাম্য, অনভিলষণীয়, অনভিলষিত, অনাকাঙ্ক্ষী, অনীপ্সিত, অপ্রত্যাশিত, অবাঞ্ছনীয়, অবাঞ্ছিত, নিবিচৰা-, নিস্পৃহ