అర్థం : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে
							ఉదాహరణ : 
							চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়
							
పర్యాయపదాలు : প্রকাশিত
అర్థం : পোহৰেৰে ভৰি থকা
							ఉదాహరణ : 
							এই কোঠাটো আলোকিত
							
పర్యాయపదాలు : আলোকপূর্ণ, আলোকময়, আলোকোজ্জ্বল, আলোময়, জ্যোতিষ্মান, জ্যোতি্র্ময়, দীপ্তিময়, প্রভাযুক্ত
అర్థం : চিকমিকাই থকা
							ఉదాహరణ : 
							মঞ্চত বহি থকা মহাত্মাদেৱৰ উজ্জ্বল চেহেৰাই সকলোকে আকর্ষিত কৰিছিল
							
పర్యాయపదాలు : উজ্জ্বল, কান্তিযুক্ত, দীপ্তিযুক্ত, প্রোজ্জ্বল, সমুজ্জ্বল