అర్థం : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
							ఉదాహరణ : 
							মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
							
పర్యాయపదాలు : অসন্তুষ্টতা, তিক্ততা, বিৰক্তি
అర్థం : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
							ఉదాహరణ : 
							আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
							
పర్యాయపదాలు : বিৰক্তি
అర్థం : বিৰক্তিৰ অৱস্থা বা ভাৱ
							ఉదాహరణ : 
							তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
							
పర్యాయపదాలు : বিৰক্তি