అర్థం : কাৰোবাৰ পৰা কিবা বস্তু বিচাৰি দিয়া পত্র
							ఉదాహరణ : 
							তেওঁৰ আবেদন পত্র ন্যায়ালয়ে নাকচ কৰিলে
							
పర్యాయపదాలు : আবেদন পত্র, আর্জী, দর্খাস্ত
అర్థం : নম্রতা সহকাৰে কাৰোবাক কোনো কথা কোৱা কার্য
							ఉదాహరణ : 
							মোৰ আবেদনৰ বিষয়ত ধ্যান দিয়া হওক
							
పర్యాయపదాలు : আৱেদন, নিবেদন, নিৱেদন, প্রার্থ্্না, বিনীত অনুৰোধ
అర్థం : নিজৰ অৱস্থাৰ কথা লিখি বা প্রার্থন্া জনাই দিয়া পত্র:মই ছুটি বিচাৰি আবেদন-পত্র দাখিল কৰিছো
							ఉదాహరణ : 
							
							
పర్యాయపదాలు : আপিল, আবেদন-পত্র, আর্জী, আৰজ, দর্খাস্ত, দৰখাস্ত, প্রার্থন্া-পত্র