అర్థం : নিজৰ কোনো ডাঙৰ বা কঠিন উদ্দেশ্য সিদ্ধিৰ বাবে মানুহক নিজৰ শক্তিৰে অত্যন্ত ভয়-ভীত খুৱাই ৰাখি কৰা সিদ্ধান্ত
							ఉదాహరణ : 
							পাকিস্তানে কাশ্মীৰত সন্ত্রাসবাদৰ সৃষ্টি কৰিছে
							
పర్యాయపదాలు : আতংকবাদ, সন্ত্রাস, সন্ত্রাসবাদ
అర్థం : মানুহৰ মাজত ভয়ৰ সৃষ্টি হোৱা বা হাড়লৈকে কঁপি উঠা ভয়
							ఉదాహరణ : 
							গুলি চলাৰ লগে লগে বজাৰত আতংকৰ সৃষ্টি হʼল
							
పర్యాయపదాలు : সন্ত্রাস
అర్థం : বহুত কঠোৰ ব্যৱহাৰ, অত্যাচাৰ, প্রকোপ আদিৰ কাৰণে মনত উৎপন্ন হোৱা ভয়
							ఉదాహరణ : 
							কাশ্মীৰত উগ্রপন্থীৰ সন্ত্রাস বিয়পি আছে
							
పర్యాయపదాలు : সন্ত্রাস