అర్థం : কোনো কথা মনত ৰাখিবৰ কাৰণে বাৰে-বাৰে কোৱা বা পঢ়া
							ఉదాహరణ : 
							লʼৰা-ছোৱালীবোৰে নেওঁ্তা আওৰাই আছে
							
అర్థం : কোনো কথা বা কাম দ্বিতীয় বাৰ কোৱা বা কৰা
							ఉదాహరణ : 
							আমাৰ শিক্ষাগুৰুৱে কঠিন পাঠবোৰৰ সদায় পুনৰাবৃত্তি কৰে
							
పర్యాయపదాలు : দোহৰা, পুনৰাবৃত্তি কৰা