అర్థం : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়
						 
						 
					
							ఉదాహరణ : 
							আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে
							
					
							పర్యాయపదాలు : 
							অধিনিয়ম, আইন-কানুন, কানুন, বিধান, বিধি