అర్థం : অসাৱধান হৈ থকা অৱস্থা বা ভাব
							ఉదాహరణ : 
							অসাৱধানতাৰে ৰাষ্টা পাৰ হোৱাৰ সময়ত মোহনক এখন গাড়ীয়ে খুন্দামাৰি থৈ গʼল
							
పర్యాయపదాలు : অসাৱধানতা
అర్థం : কোনো কথা বা কামত মন লীন নোহোৱা দশা বা ভাব
							ఉదాహరణ : 
							যোগৰ দ্বাৰা অমনোযোগিতা দূৰ কৰিব পাৰি
							
పర్యాయపదాలు : ধ্যানহীনতা