అర్థం : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য
							ఉదాహరణ : 
							মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে
							
పర్యాయపదాలు : আপত্তি, ওজৰ, ওজৰ-আপত্তি
అర్థం : অভিযোগেৰে ভৰা বা অভিযোগৰ সৈতে যুক্ত
							ఉదాహరణ : 
							তেওঁ ্ৰাষ্ট্রপতিলৈ এখন অভিযোগ পত্র লিখিলে
							
పర్యాయపదాలు : অপবাদযুক্ত