అర్థం : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য
							ఉదాహరణ : 
							কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়
							
అర్థం : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
							ఉదాహరణ : 
							দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
							
పర్యాయపదాలు : ফৰমাইচ
అర్థం : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন
							ఉదాహరణ : 
							চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে
							
పర్యాయపదాలు : প্রার্থ্্না, মিনতি
అర్థం : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা
							ఉదాహరణ : 
							আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ