అర్థం : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য
							ఉదాహరణ : 
							এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব
							
పర్యాయపదాలు : বিচাৰ, সম্পৰীক্ষা
అర్థం : অবৈধ বস্তু বা কোনো ব্যক্তি আদিক ধৰিবৰ কাৰণে পুলিচ বা চৰকাৰী বিভাগৰ দ্বাৰা হঠাৎ কৰা বিচাৰ
							ఉదాహరణ : 
							আজি পুলিচে মহাজন কৰোৰীমলৰ ঘৰত অনুসন্ধান চলালে