అర్థం : যিখন পত্র দেখুৱায় কোনো ব্যক্তি কোনো সংকটপূর্ণ পৰিস্থিতিৰ পৰা নিৰাপদে পাৰ হʼব পাৰে
							ఉదాహరణ : 
							অনুমতি পত্রৰ অবিহনে তোমাক ইয়াৰ পৰা যাবলৈ দিয়া নহʼব
							
పర్యాయపదాలు : পাচ
అర్థం : একধৰণৰ অধিকাৰ পত্র যাৰ জৰিয়তে কোনো ব্যক্তি বা সামগ্রী কোনো ঠাইৰ পৰা বেলেগ ঠাইলৈ সৰবৰাহ কৰিব পৰা যায়
							ఉదాహరణ : 
							সামগ্রী বিদেশলৈ পঠোৱাৰ কাৰণে মই অনুজ্ঞাপত্র লাভ কৰিছোঁ
							
పర్యాయపదాలు : অনুজ্ঞাপত্র
అర్థం : কোনো বিশেষ কাম কৰিবলৈ বা নিজৰ লগত কোনো বিশেষ বস্তু ৰাখিব কাৰণে প্রশাসনৰ দ্বাৰা দিয়া অধিকাৰ পত্র
							ఉదాహరణ : 
							মহেশে গাড়ী চলোৱাৰ লাইচেন্স লাভ কৰিছে
							
పర్యాయపదాలు : লাইচেন্স