అర్థం : বস্তুৰ বা কামৰ অগা-পিছা হোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							পৰস্পৰৰ মাজত চিঠি পঠোৱাৰ ক্রম ভাঙি যাব নালাগে
							
పర్యాయపదాలు : ক্রম
అర్థం : ক্রম অনুসাৰে হোৱা অৱস্থা
							ఉదాహరణ : 
							দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
							
పర్యాయపదాలు : অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা, শাৰী