అర్థం : যিজন ব্যক্তিৰ কোনো অভিভাৱক বা ভৰণ-পোষণ দিওতা কোনো নাথাকে
							ఉదాహరణ : 
							ইয়াত অনাথসকলক আশ্রয় দিয়া হয়
							
అర్థం : মালিক বা স্বামী নোহোৱা এক অৱস্থা
							ఉదాహరణ : 
							অনাথ ব্যক্তিজনে নিজৰ মালিকৰ সন্ধানত ওলাই গৈছে
							
పర్యాయపదాలు : নাথহীন
అర్థం : যাৰ কোনো মালিক নাই
							ఉదాహరణ : 
							ৰাস্তাৰ কাষত এটা অনাথ শিশু পৰি আছিল
							
అర్థం : যিজনৰ লালন-পালন কৰিবলৈ কোনো নাই
							ఉదాహరణ : 
							শ্যামে গোটেই জীৱনটো অনাথ শিশুৰ চোৱা-চিতা কৰি পাৰ কৰি দিলে