అర్థం : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে
							ఉదాహరణ : 
							ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল
							
అర్థం : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি
							ఉదాహరణ : 
							এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে
							
పర్యాయపదాలు : দাবীদাৰ
అర్థం : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
							ఉదాహరణ : 
							অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
							
పర్యాయపదాలు : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা