అర్థం : ডাঙৰ আৰু আটকধুনীয়া ঘৰ
							ఉదాహరణ : 
							ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়
							
పర్యాయపదాలు : প্রাসাদ
అర్థం : যিটো ভৱন অতি ওখ
							ఉదాహరణ : 
							তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল
							
పర్యాయపదాలు : আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, ইমাৰত, দালান
అర్థం : যি ভৱনত ভালেমান মহল থাকে
							ఉదాహరణ : 
							মুম্বাই মহানগৰ অট্টালিকাৰে ভৰপূৰ হৈ আছে
							
పర్యాయపదాలు : বহুমহলীয়া ভৱন