అర్థం : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা
							ఉదాహరణ : 
							কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে
							
పర్యాయపదాలు : অক্ষুণ্ণ, অপৰিবর্ত্তিত, বাহাল
అర్థం : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
							ఉదాహరణ : 
							জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
							
పర్యాయపదాలు : অনিবার্য, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত