అర్థం : বিদ্যাৰ অভাৱ
							ఉదాహరణ : 
							আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
							
పర్యాయపదాలు : অজ্ঞতা, অবিজ্ঞতা, জ্ঞানহীনতা
అర్థం : জীৱৰ আত্মাক গুণ আৰু গুণৰ কার্যৰ ্পৰা পৃথক বুলি নভবা অবিবেক
							ఉదాహరణ : 
							অজ্ঞানতাই সকলো দুখৰ কাৰণ
							
అర్థం : জ্ঞান নোহোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
							
పర్యాయపదాలు : অজ্ঞতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা
అర్థం : অবোধ হোৱাৰ অৱস্থা বা ভাব
							ఉదాహరణ : 
							অবোধতাৰ কাৰণে বহুতো লʼৰা-ছোৱালীয়ে নকৰিবলগীয়া কামো কৰি পেলায়
							
పర్యాయపదాలు : অবোধতা