అర్థం : বিদ্যাৰ অভাৱ
							ఉదాహరణ : 
							আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
							
పర్యాయపదాలు : অজ্ঞানতা, অবিজ্ঞতা, জ্ঞানহীনতা
అర్థం : জ্ঞান নোহোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
							
పర్యాయపదాలు : অজ্ঞানতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা