అర్థం : ডাঙৰকৈ জ্বলা জুইৰ উজ্জ্বল শিখা
							ఉదాహరణ : 
							হাৱানকুণ্ডৰ জুই-শিখাই আকাশ চুইছিলগৈ
							
పర్యాయపదాలు : অগ্নি-শিখা, জুই শিখা, জুই-শিখা
అర్థం : জুইৰ আগ
							ఉదాహరణ : 
							অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
							
పర్యాయపదాలు : অগ্নিচ্ছটা, বহ্নিশিখা, ভমক, শিখা