అర్థం : য়ুনান দেশৰ ভাষা
							ఉదాహరణ : 
							শ্যামে গ্রীক ভালদৰে কʼব পাৰে
							
పర్యాయపదాలు : গ্রীক, গ্রীক ভাষা, গ্রীক-ভাষা, গ্রীচ, গ্রীচ ভাষা, গ্রীচ-ভাষা, য়ুনানী ভাষা, য়ুনানী-ভাষা
అర్థం : য়ুনান দেশৰ চিকিৎসা প্রণালী
							ఉదాహరణ : 
							তেওঁৰ য়ুনানীৰ পৰা একো লাভ নহʼল
							
అర్థం : যি লিপিত ইউনানী বা গ্রীক ভাষা লিখা হয়
							ఉదాహరణ : 
							ইউনানী লিপি বহুত পুৰণি
							
పర్యాయపదాలు : ইউনানী, ইউনানী লিপি, গ্রীক, গ্রীক লিপি, য়ুনানী লিপি
అర్థం : য়ুনানৰ নিবাসী
							ఉదాహరణ : 
							প্রাচীন কালত গ্রীকসকলে সমগ্র বিশ্বতে তেওঁলোকৰ বীৰত্বৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল
							
పర్యాయపదాలు : গ্রীক, গ্রীকবাসী, য়ুনান-বাসী