అర్థం : একাগ্রচিত্ত হৈ বা ধ্যান সহকাৰে চোৱা কার্য
							ఉదాహరణ : 
							সন্মুখৰজনৰ সূক্ষ্মপৰীক্ষাৰ পৰা বাচিবৰ কাৰণে তেওঁ চকু তল কৰিলে
							
పర్యాయపదాలు : সূক্ষ্মপৰ্যবেক্ষণ
అర్థం : অধ্যয়ন কৰা কোনো বিষয়ৰ একাগ্রচিত্তে মনত পেলোৱা এক অৱস্থা
							ఉదాహరణ : 
							বৈজ্ঞানিকসকলে ঘণ্টা ধৰি অনুপৰীক্ষাত লাগি আছে
							
పర్యాయపదాలు : অনুপৰীক্ষা