అర్థం : নিজৰ লাভৰ বাবে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থকা ব্যক্তি
							ఉదాహరణ : 
							আজিকালি সুবিধাবাদীসকলৰহে সন্মান আছে
							
పర్యాయపదాలు : সুযোগ-সন্ধানী
అర్థం : সুবিধাবাদ সম্বন্ধীয়
							ఉదాహరణ : 
							সুবিধাবাদী ব্যক্তিয়েহে উন্নতি কৰে
							
అర్థం : যিয়ে নিজৰ লাভালাভৰ কাৰণে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থাকে
							ఉదాహరణ : 
							সুবিধাবাদী ব্যক্তি বিশ্বাসৰ পাত্র নহয়