అర్థం : ভোজন কৰাৰ নিশ্চিত সময়
							ఉదాహరణ : 
							আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়
							
పర్యాయపదాలు : বেলা
అర్థం : যি সাধন স্বৰূপ সময়াবধি কাৰোবাৰ নিয়ন্ত্রণত থাকে
							ఉదాహరణ : 
							মোৰ ওচৰত খাবৰ বাবেও সময় নাই মোৰ বেছিভাগ সময় আপোনাৰ এই কামতেই গুছি গʼল
							
అర్థం : * যিখিনি সময়ক লৈ কাৰোবাৰ জীৱন গঢ় লৈ উঠিছে
							ఉదాహరణ : 
							ৰজাৰ শেষৰ সময়খিনি বৰ কষ্টদায়ক আছিল
							
పర్యాయపదాలు : মুহূর্ত
అర్థం : কোনো বিশেষ অৱস্থাত কোনো কাম কৰাৰ কাৰণে বা নিজৰ দায়িত্ব সম্পূর্ণ ্কৰাৰ কাৰণে পোৱা সময়
							ఉదాహరణ : 
							ঋণ পৰিশোধ কৰাৰ কাৰণে আপোনাক আৰু চাৰিদিনৰ সময় দিয়া হৈছে