అర్థం : ভাল চৰিত্রৰ
							ఉదాహరణ : 
							সৎচৰিত্রতাই মানুহক মহান কৰে
							
పర్యాయపదాలు : সদাচাৰিতা, সদ্চৰিত্রতা, সৎচৰিত্রতা
అర్థం : যি ব্যৱহাৰত ভাল ভাব থাকে
							ఉదాహరణ : 
							আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে  সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়
							
పర్యాయపదాలు : ভাল ব্যৱহাৰ, সদব্যৱহাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সাধুতা, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ