అర్థం : লেখকৰ ভাষা সম্বন্ধীয় বিশেষত্বক প্রতিফলিত কৰিব পৰা বাক্য ৰচনাৰ এক বিশিষ্ট প্রকাৰ
							ఉదాహరణ : 
							সুৰদাসৰ ভাষাশৈলী সৰল আছিল
							
పర్యాయపదాలు : ভাষাশৈলী
అర్థం : কোনো বিশেষ ব্যক্তি, সম্প্রদায় আদিৰ বিশিষ্টতাপূর্ণ্্ ভাষা, কলা, সংগীত আদিৰ অভিব্যক্তিসূচক ভঙ্গীমা
							ఉదాహరణ : 
							সকলো সংবাদ দাতাই বাতৰি কাকতৰ শৈলীক অনুসৰণ কৰিব বিচাৰে