అర్థం : প্রধানতঃ জনসাধাৰণৰ মঙ্গলৰ কাৰণে কৰা ৰাজ্যৰ সেৱা বা চাকৰি
							ఉదాహరణ : 
							পুলিচ, ন্যায়াধীশ আদিক লোকসেৱাৰ কাৰণে নিযুক্ত কৰা হয়
							
పర్యాయపదాలు : জনসেৱা
అర్థం : জনসাধাৰণৰ হিত অথবা উপকাৰৰ কাৰণে সেৱাভাৱেৰে কৰা কাম
							ఉదాహరణ : 
							মাদাৰ টেৰেচাই নিজৰ সমগ্র জীৱন লোকসেৱাত অতিবাহিত কৰিলে
							
పర్యాయపదాలు : জনসেৱা