అర్థం : সূতা, ৰেচম আদিৰ গুচ্চ
							ఉదాహరణ : 
							শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব
							
పర్యాయపదాలు : মুঠা
అర్థం : মুঠিত অহা পৰিমাণৰ বস্তু
							ఉదాహరణ : 
							তেওঁ ্চাউলৰ পৰা তিনি-চাৰি মুঠি উলিয়াই ভিক্ষাৰীক দিলে
							
అర్థం : হাতৰ আঙুলিবোৰ কোঁচাই হাতৰ তলুৱাত হেঁচি ধৰা হাতৰ মুদ্রা বিশেষ
							ఉదాహరణ : 
							লʼৰাটোৱে পইচাটো নিজৰ হাতৰ মুঠিত ৰাখি থৈছে