అర్థం : চেহেৰাত বাহিৰৰ পৰা দেখা দিয়া মুখৰ ভাগ যʼত বাহিৰৰ তলৰ অংশত ্ওঁঠ ্থাকে
							ఉదాహరణ : 
							অধ্যাপকে মুখত আঙুলি থোৱাৰ লগে লগে শ্রেণীকোঠাটো নিজম পৰিল
							
అర్థం : কোনো ভৱন আদিৰৰ মূল প্রৱেশ দ্বাৰ
							ఉదాహరణ : 
							এই দূর্গটোৰ মুখ উত্তৰফালে আছে
							
అర్థం : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ খোলা অংশ যʼৰ পৰা কোনো বস্তু আদিৰ ভিতৰলৈ যাব বা বাহিৰলৈ ওলাব পাৰি
							ఉదాహరణ : 
							এই বটলটোৰ মুখখন বহুত পাতল
							
అర్థం : প্রাণীয়ে যি অংগৰ দ্বাৰা খায় আৰু কথা কয় বা মাত দিয়ে
							ఉదాహరణ : 
							ভয়তে তেওঁৰ মুখৰ মাত হৰিল
							
పర్యాయపదాలు : মুখগহ্বৰ
అర్థం : কোনো বস্তুৰ সন্মুখৰ বা অগ্রভাগ অথবা সেই অংশ যʼৰ পৰা তাৰ ব্যৱহাৰ হয়
							ఉదాహరణ : 
							এই কম্পিউটাৰটোৰ মুখখন মোৰফালে ঘূৰাই দিয়া  মহম্মদ শ্বাহৰ ঘৰৰ মুখটো কোনফালে আছে