అర్థం : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা
							ఉదాహరణ : 
							আইতাই ককাক ইংগিতেৰে মাতি আছে
							
అర్థం : আমন্ত্রণ জনোৱা
							ఉదాహరణ : 
							তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে
							
పర్యాయపదాలు : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা
అర్థం : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা
							ఉదాహరణ : 
							ৰাতিপুৱা চৰায়ে মাতে
							
అర్థం : কোনো পৰিচিতৰ লগত কথা কোৱা
							ఉదాహరణ : 
							আজিকালি শীলাই মোক নামাতে