అర్థం : যি পত্রত নি্র্বাচিত হোৱা ব্যক্তিৰ নাম, নি্র্বাচন চিহ্ন আদি থাকে তথা যাৰ ওপৰত চিন লগাই ভোটদাতাই কোনো ব্যক্তিৰ পক্ষত নিজৰ মত সাব্যস্ত কৰে
							ఉదాహరణ : 
							সঠিক ঠাইত চিন নলগোৱাৰ কাৰণে ভালেমান ভোটদান পত্র বাতিল কৰা হʼল
							
పర్యాయపదాలు : বেলট পেপাৰ, ভোটদান পত্র