అర్థం : পানী বা কোনো তৰল পদার্থৰ ্সহায়ত কোনো বস্তু মোলায়ম কৰা
							ఉదాహరణ : 
							কুমাৰে কলহ বনাবৰ কাৰণে মাটি তিয়াই আছে
							
పర్యాయపదాలు : তিওৱা
అర్థం : কোনো বস্তুক পানী বা কোনো তৰল পদার্থত সিক্ত হʼবলৈ ডুবাই ৰখা
							ఉదాహరణ : 
							ৰাতিপুৱা খাবলৈ মায়ে সদায় বুট তিয়াই থয়
							
పర్యాయపదాలు : তিওৱা, তিয়াই থোৱা