అర్థం : বহুত কথা কʼব পৰাজন
							ఉదాహరణ : 
							প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
							
పర్యాయపదాలు : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, মুখসর্বস্ব
అర్థం : যিজনে জোখতকৈ বঢ়াই কথা কয়
							ఉదాహరణ : 
							মই বৰকথীয়া মানুহ ভাল নাপাও