అర్థం : বিজ্ঞান-সম্পর্কে অনুসন্ধান কৰোতা বা বিজ্ঞানৰ ক্ষেত্রত কাম কৰোতা লোক
							ఉదాహరణ : 
							আব্দুল কালাম ৰাষ্ট্রপতি হোৱা প্রথম ভাৰতীয় বৈজ্ঞানিক
							
పర్యాయపదాలు : বিজ্ঞানী
అర్థం : বিজ্ঞানৰ ক্ষেত্র, প্রক্রিয়া, সিদ্ধান্ত, আদিৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							ৰবটে বৈজ্ঞানিক প্রক্রিয়াৰ আধাৰত কৰে