అర్థం : বেলাৰুচৰ নিবাসী
							ఉదాహరణ : 
							সেই বেলাৰুচিয়ানজনে নিজৰ দেশৰ বিষয়ে বহুখিনি কৈছিল
							
పర్యాయపదాలు : বেলাৰুচ-বাসী, বেলাৰুচবাসী
అర్థం : বেলাৰুচৰ লোকসকলৰ ভাষা
							ఉదాహరణ : 
							বেলাৰুচত বেলাৰুচিয়ানৰ বাহিৰেও ৰাছিয়ানো কয়
							
పర్యాయపదాలు : বেলাৰুচিয়ান ভাষা
అర్థం : বেলাৰুচৰ বা বেলাৰুচ সম্বন্ধী
							ఉదాహరణ : 
							তেওঁ ্বেলাৰুচিয়ান সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছে
							
అర్థం : বেলাৰুচিয়ান ভাষাৰ বা বেলাৰুচিয়ান ভাষা সম্বন্ধী
							ఉదాహరణ : 
							লিখকসকলৰ মাজত সেই বেলাৰুচিয়ান লিখনিটোৰ বহুত চর্চা হৈছিল